ডাকচাপৰৰিৰ শিমলুবোৰ তেনেকৈ আৰু কেতিয়াও নুফুলে...

অহাবাৰ অহাৰ প্ৰতিশ্ৰুতি দিছিলা

মই জানো, ডাকচাপৰৰিৰ শিমলুবোৰ তেনেকৈ আৰু কেতিয়াও নুফুলে... 

শিমলু সদায় ফুলিব, তুমি নাচোৰবান্দা

মই জানো, দুনাই একোৱেই নোপোৱা

যোৱাবাৰৰ শিমলুজোপা যোৱাবাৰৰেই

এইবাৰৰ নহয়



Post a Comment

0 Comments